Tuesday, July 5, 2022
HomeNewsমুম্বাই বিমানবন্দৰত ক্ৰুনাল পাণ্ডিয়াক DRI ৰ সোধ-পোচ

মুম্বাই বিমানবন্দৰত ক্ৰুনাল পাণ্ডিয়াক DRI ৰ সোধ-পোচ

ডুবাইৰ পৰা ভাৰতলৈ উলটি অহা মুম্বাই ইণ্ডিয়ানছৰ সদস্য তথা ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ ভাতৃ ক্ৰুনাল পাণ্ডিয়াক ডাইৰেক্টৰ অব ৰেভিনিউ ইণ্টেলিজেন্সে সোধা-পোচা কৰিছে। কালি মুম্বাই এয়াৰপ’ৰ্টত ক্ৰিকেটাৰজনক অনুজ্ঞাপত্ৰ অবিহনে অধিক পৰিমাণৰ অবৈধ সোণ আৰু অন্যান্য মূল্যবান সামগ্ৰী অনাৰ বাবে পাণ্ডিয়াক এইদৰে সোধা-পোচা কৰিছে ডাইৰেক্টৰ অব ৰেভিনিউ ইণ্টেলিজেন্সে। জানিব পৰা মতে ক্ৰুনাল পাণ্ডিয়াৰ পৰা তেওঁ ডুবাইৰ পৰা লৈ অহা সামগ্ৰীৰ বৈধ কাগজ বিচাৰিছে ৰেভিনিউ ইণ্টেলিজেন্সে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments