Tuesday, October 4, 2022
HomeNewsযুৱ ধোনিতকৈ অধিক প্ৰতিভাৱান ঋষভ পণ্ট : নেহৰা

যুৱ ধোনিতকৈ অধিক প্ৰতিভাৱান ঋষভ পণ্ট : নেহৰা

অলিম্পিয়াৰ প্ৰতিবেদন

যুৱ ধোনিতকৈ অধিক প্ৰতিভাৱান ঋষভ পণ্ট। এই মন্তব্য কৰিছে পূৰ্বৰ ভাৰতীয় ক্ৰিকেটাৰ তথা ধোনিৰ একালৰ সতীৰ্থ আশীষ নেহেৰাই।

ধোনিয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই নেহেৰাই পূৰ্বৰ সতীৰ্থ ধোনিক শুভেচ্ছা জনাই কয় যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ধোনিয়ে লাভ কৰা সফলতাৰ আঁৰত আছিল তেওঁৰ মগজু। যুৱ অৱস্থাৰ ধোনিৰ তুলনাত বৰ্তমানৰ ২২বছৰীয়া ঋষভ পণ্টৰ অধিক প্ৰতিভা আছে।

ইয়াৰ উপৰিও নেহৰাই কয় যে ধোনী কেৰিয়াৰৰ আৰম্ভণিত খুৱ এটা ভাল নাছিল কিন্তু অভিজ্ঞতাৰ লগে লগে পিছলৈ এজন পাৰ্ফেক্ট ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ‍জ্যেষ্ঠ ক্ৰিকেটাৰ সকলৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান আছিল। ধোনিয়ে সকলোকে সন্মান দিছিল বাবে সকলোৰে পৰা সন্মানো পাইছিল’।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments