Tuesday, July 5, 2022
HomeNewsলাইন মেনৰ তপা মূৰৰ বাবেই টিভিত খেল চোৱাৰ পৰা বঞ্চিত হ'ল দৰ্শক

লাইন মেনৰ তপা মূৰৰ বাবেই টিভিত খেল চোৱাৰ পৰা বঞ্চিত হ’ল দৰ্শক

উন্নত প্ৰযুক্তিয়েই কাল হ’ল স্কটলেণ্ডৰ ক্যালেডনিয়ান ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এখন ফুটবল মেচত। মেচখনৰ পূৰ্বে ঘোষণা কৰা হৈছিল যে খেলখনত উন্নত প্ৰযুক্তিৰ Artificial Intelligence কেমেৰা ব্যৱহাৰ কৰা হ’ব। কিন্তু এই কেমেৰা ব্যৱহাৰৰ বাবেই এতিয়া মেচখন চৰ্চাৰ মাজলৈ আহিছে।

Artificial Intelligence কেমেৰাই বল ট্ৰেকিং কৰি মেচখনৰ ফুটেজ লোৱা হৈছিল আৰু সকলোকে ঘৰতে বহি মেচ উপভোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। কিন্তু সময়ত উন্নত প্ৰযুক্তিয়েই সকলো ওলট-পালট কৰিদিলে। কিয়নো উন্নত মানৰ Artificial Intelligence কেমেৰাই খেল পথাৰৰ বল ফ’ল’ কৰাৰ পৰিবৰ্তে লাইনমেন হিচাপে থকা ব্যক্তিজনৰ তপা মূৰটোকহে ফ’ল’ কৰি থাকিল। যিহেতু খেল খনৰ ফুটবলটোক ফ’কাচ কৰাৰ বাবে প্ৰগেমিং কৰা আচিল এই Artificial Intelligence কেমেৰা। যাৰ বাবে এই কেমেৰাই লাইনমেনৰ তপা মূৰটোকে বল বুলি গোটেই খেলখনৰ সময়ছোৱাত ফকাচ কৰি থাকিল। এই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে সকলোকে আমোদ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments