Wednesday, July 6, 2022
HomeNewsশচীনেও লাভ কৰিলে স্বৰ্ণ পদক : বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰত শীৰ্ষত

শচীনেও লাভ কৰিলে স্বৰ্ণ পদক : বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰত শীৰ্ষত

শচীনৰ স্বৰ্ণ পদকৰ সহায়ত ভাৰতে বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত মুঠ স্বৰ্ণ পদকৰ সংখ্যা ৮ টালৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’ল। পোলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপৰ মুঠ ৭ টা ৱেইট কেটেগৰীৰ ৭ টাতেই ভাৰতৰ মহলি বক্সাৰে স্বৰ্ণ পদক লাভ কৰাৰ এদিন পিছতেই পুৰুষৰ ৫৬ কেজি শাখাত ভাৰতৰ শচীনে কাজাখিস্তানৰ প্ৰতিদ্বন্দী গৰাকীক ৪-১ ত পৰাস্ত কৰি স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনত ভাৰতৰ স্বৰ্ণ পদকৰ সংখ্যা ৮ টালৈ বৃদ্ধি হয়। প্ৰতিযোগিতাখনত ভাৰতে ৮ টা স্বৰ্ণৰ সৈতে মুঠ ১১ টা পদকেৰে পদক তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments