Wednesday, July 6, 2022
HomeNewsশিৱ শংকৰ ৰয়ৰ বিয়োগত অসম অলিম্পিক সন্থাৰ শোক প্ৰকাশ

শিৱ শংকৰ ৰয়ৰ বিয়োগত অসম অলিম্পিক সন্থাৰ শোক প্ৰকাশ

প্ৰাক্তন ক্ৰীড়া বিষয়া তথা ক্ৰীড়া সংগঠক শিৱ শংকৰ ৰয়ৰ আকস্মিক মৃত্যুত অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সম্পাদক লক্ষ্য কোঁৱৰকে ধৰি বিষয়ববীয়াসকলে শোক প্ৰকাশ কৰিছে। মঙ্গলবাৰে প্ৰয়াত শিৱ শংকৰ ৰয়ৰ মৃতদেহ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখলৈ অনাৰ পিছত সন্থাৰ তৰফৰ পৰা সম্পাদক লক্ষ্য কোঁৱৰ, উপ সভাপতি বিষ্ণুৰাম নুনিছা আদিকে কৰি বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে প্ৰয়াত ক্ৰীড়া বিষয়া তথা সংগঠক গৰকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments