শীঘ্ৰেই আমাজন প্ৰাইমত “মাৰাডোনা”: মুকলি হল টিজাৰ

অতি শীঘ্ৰেই ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাক দেখিবলৈ পাব ৰূপালী পৰ্দাত। মৃত্যুৰ পিছত ফুটবলৰ ৰাজপুত্ৰগৰাকীৰ জীৱনৰ কাহিনী ৱেব ছিৰিজত দেখিবলৈ পাব। ইতিমধ্যে আমাজন প্ৰাইমে এক টিজাৰ মুকলি কৰিছে। ৩৯ চেকেণ্ড সময়ৰ এই টিজাৰত ফুটবলৰ যাদুকৰ হিচাপে খ্যাত মাৰাডোনাৰ কেৰিয়াৰৰ আটাইতকৈ সফল মুহূৰ্তক দেখুওৱা হৈছে। যিটো মুহুৰ্তৰ বাবে মাৰাডোনা গোটেই বিশ্বৰ প্ৰিয় হৈ পৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *