Tuesday, October 4, 2022
HomeNewsসফলতাৰে সমাপ্ত ৰাষ্ট্ৰীয় জমাছাৰ ট্ৰেইনিং কেম্প

সফলতাৰে সমাপ্ত ৰাষ্ট্ৰীয় জমাছাৰ ট্ৰেইনিং কেম্প

সফলতাৰে সমাপ্ত ৰাষ্ট্ৰীয় জমাছাৰ ট্ৰেইনিং কেম্প

অলিম্পিয়া স্পর্টছ: সফলতাৰে সমাপ্ত হ’ল ৰাষ্ট্ৰীয় জমাছাৰ ট্ৰেইনিং কেম্প ৷ গুৱাহাটী মহানগৰ জমাছাৰ স্পৰ্টছ এছচিয়েচনে ১৪ এপ্ৰিলৰ পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে গুৱাহাটী বোন্দা হাইস্কুল খেলপথাৰত আয়োজন কৰা এই ট্ৰেইনিং কেম্পত সৰ্বমুঠ ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

আৰু অধিক পঢ়ক

জামছাৰ সমৰকলাৰ এই নতুন সংস্কৰণবিধৰ প্ৰতি নতুন প্ৰজন্মৰ একাংশ আগ্ৰহী প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজনৰ বাবে এই ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় । নেপাল কাঠমাণ্ডুৰ কোছিছ থাপা, জি এম অৰ্পণ সিঙৰ প্ৰশিক্ষণেৰে অনুষ্ঠিত এই ট্ৰেইনিং কেম্পত উপস্থিত থাকে জমাছাৰ স্পৰ্টছ এছচিয়েচনৰ সম্পাদক তথা জি এম গোমে থাপা ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments