Wednesday, July 6, 2022
HomeOur PrideBadmintonসুশান্ত বৰা

সুশান্ত বৰা

জন্মঃ ১৯৬৩

পিতৃ-মাতৃঃ নবীন চন্দ্ৰ বৰা, পুষ্পলতা বৰা

লিংগঃ পুৰুষ

খেলঃ বেডমিণ্টন

ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা অপাৰ সফলতাৰ পাছত সুশান্ত বৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব লাভ কৰাৰ সুযোগ লাভ কৰিছিল। কঠোৰ শ্ৰম আৰু দৃঢ়তাৰ বাবে ফলত সুশান্ত বৰা একে এক পৰ্যায় পাইছিল যে তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ওচৰত হাৰ মানি প্ৰতিপক্ষ খেলুৱৈয়ে বেডমিণ্টনৰ পৰাই অৱসৰ লবলৈ বাধ্য হৈছিল। আৰ্থিক দৈন্যতাৰ বাবেই অলিম্পিক যোগ্যতাৰ অৰ্জনত ব্যথ হোৱা এইগৰাকী অসমীয়া খেলুৱৈয়ে কেৰিয়াৰত বিশ্বৰ বহুকেইজন আগশাৰীৰ খেলুৱৈক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments