Wednesday, September 28, 2022
HomeNewsহঠাৎ কিয় জপিয়াই জপিয়াই নাচিবলৈ ধৰিছে বিৰাটে!

হঠাৎ কিয় জপিয়াই জপিয়াই নাচিবলৈ ধৰিছে বিৰাটে!

অলিম্পিয়াৰ প্ৰতিবেদন

আইপিএলৰ অন্যতম জনপ্ৰিয় ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক বিৰাট কোহলি আনন্দ-উল্লাখত জপিয়াই উঠিছে। আইপিএল আৰম্ভ হোৱাৰ পূৰ্বেই তেওঁ নিজৰ দলৰ বলাৰৰ প্ৰদৰ্শনক লৈ মতলীয়া হৈ পৰিছে। কেতিয়াবা যদি আনন্দত জপিয়াইছে কেতিয়াবা আকৌ দৌৰি গৈ সাৱটি ধৰিছে সতীৰ্থক।

শেহতীয়াকৈ আৰচিবিয়ে তেওঁলোকৰ টুইটাৰ একাউণ্টৰ জড়িয়তে এক ভিডিঅ’ ৰাজহুৱা কৰিছে। য’ত তেওঁলোকৰ বলিং প্ৰশিক্ষক Adam Griffith য়ে বলাৰ সকলৰ মাজত এক আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। প্ৰতিযোগিতাত প্ৰতিজন বলাৰক ১০ টাকৈ বল কৰিব দিয় হৈছে আৰু নিৰ্দেশ স্থান নিৰ্ধাৰণ কৰি দিছে। বলাৰসকলৰ য়কাৰ যাতে পাৰফেক্ট হয় তাৰ বাবেই এই প্ৰতিযোগিতা। সময়ত আৰচিবিৰ প্ৰতিজন বলাৰে সুন্দৰ য়কাৰ কৰিবলৈ সক্ষম হোৱা দেখি বিৰাট আনন্দত মতলীয়া হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments