Thursday, July 7, 2022
HomeNewsহাজৰিকাপাৰাত ভলীবল প্ৰতিযোগিতা সম্পন্ন : ৰেঙণিক পৰাস্ত কৰি হজৰাপাৰ চেম্পিয়ন

হাজৰিকাপাৰাত ভলীবল প্ৰতিযোগিতা সম্পন্ন : ৰেঙণিক পৰাস্ত কৰি হজৰাপাৰ চেম্পিয়ন

অলিম্পিয়াৰ প্ৰতিবেদন

কালি বিয়লি ৩ বজাৰ পৰা দৰঙ জিলাৰ হাজৰিকাপাৰাত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত সুৰেন্দ্ৰ নাথ শৰ্মা আৰু সোণপাহী দেৱী সোঁৱৰণী প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা। হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৯ টা দলে অংশগ্ৰহণ কৰে। নিশাৰ ভাগত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত তেজপুৰৰ হজৰাপাৰ ভলীবল কচিং চেণ্টাৰে তেজপুৰৰে ৰেঙণি ভলীবল কচিং চেণ্টাৰক ২৫-২১, ২৫-২৩ শ্বেটত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনৰ অন্তত হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাই বিজয়ী দলক ট্ৰফীসহ নগদ ১০০০০হাজাৰ টকা আৰু বিজেতা দলক ট্ৰফীসহ ৭০০০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments