Friday, September 30, 2022
HomeNews১৩ মাৰ্চৰ পৰা আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ

১৩ মাৰ্চৰ পৰা আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ

১৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ। অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত ১৩ মাৰ্চৰ পৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব একাদশ বাৰ্ষিক টপচেম- এছ জে এ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ। ক্ৰীড়া সমাৰোহখনত বেডমিণ্টন, ফুটবল আৰু টেবুল টেনিছ অন্তৰ্ভুক্ত কৰা হৈছে। যিসমূহ সংবাদ প্ৰতিষ্ঠানে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক তেওঁলোকে ফুটবলৰ বাবে ৮৭২৪৮-৪২৮০৪, বেডমিণ্টনৰ বাবে ৯৭০৬৫-৪২৪১২ আৰু টেবুল টেনিছৰ বাবে ৮৮১১০-১১৯৫১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments