আগন্তুক ১৪ মাৰ্চ, দেওবাৰে নাজিৰা ব’ৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ’ব ছিক্স এ চাইড ক্ৰিকেট টুৰ্ণামেণ্ট। প্ৰতিযোগিতাখনৰ বিজয়ী দলক নগদ ১০,০০০ টকা আৰু বিজিত দলক নগদ ৫,০০০ টকা প্ৰদান কৰিব। জানিব পৰা মতে প্ৰতিযোগিতাৰ যোগদান মাচুল ১০০০ টকা।
ইচ্ছুক দল সমূহে উক্ত দিনটোৰ পুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত যোগদান কৰিব পাৰিব। টুৰ্ণামেণ্ট খনত অংশগ্ৰহণৰ বাবে যোগাযোগ নাম্বাৰ ৭৮৯৬৬৫৯৩৫১, ৮০১১৬৮৪৪১৬ আৰু ৯৭০৭১৪২০৬১।