Monday, July 4, 2022
HomeNews১৪ মাৰ্চত নাজিৰা ব'ৰ্ডিং খেল পথাৰত ছিক্স এ চাইড ক্ৰিকেট টুৰ্ণামেণ্ট

১৪ মাৰ্চত নাজিৰা ব’ৰ্ডিং খেল পথাৰত ছিক্স এ চাইড ক্ৰিকেট টুৰ্ণামেণ্ট

আগন্তুক ১৪ মাৰ্চ, দেওবাৰে নাজিৰা ব’ৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ’ব ছিক্স এ চাইড ক্ৰিকেট টুৰ্ণামেণ্ট। প্ৰতিযোগিতাখনৰ বিজয়ী দলক নগদ ১০,০০০ টকা আৰু বিজিত দলক নগদ ৫,০০০ টকা প্ৰদান কৰিব। জানিব পৰা মতে প্ৰতিযোগিতাৰ যোগদান মাচুল ১০০০ টকা।

ইচ্ছুক দল সমূহে উক্ত দিনটোৰ পুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত যোগদান কৰিব পাৰিব। টুৰ্ণামেণ্ট খনত অংশগ্ৰহণৰ বাবে যোগাযোগ নাম্বাৰ ৭৮৯৬৬৫৯৩৫১, ৮০১১৬৮৪৪১৬ আৰু ৯৭০৭১৪২০৬১।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments