১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব বডৌচা ফুটবল কাপ প্ৰতিযোগিতা। অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত প্ৰতিযোগিতাখনে এইবাৰ দ্বাদশ বৰ্ষত ভৰি দিব। জানিব পৰা মতে ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন তিনিচুকীয়া জিলাৰ মুঠ ১৬ টা স্থানত অনুষ্ঠিত হব। ৩১ ডিচেম্বৰত সমাপ্ত হ’বলগীয়া প্ৰতিযোগিতাখনত অইল ইণ্ডিয়া এফ চি, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, এ পি আৰ অ’ গুৱাহাটী, তিনিচুকীয়া ৰেল’ৱে ডিভিজনেল এফ চিকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিব।
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...