যোৰহাট জিলাৰ টীয়কত ভেটাৰ্ন ফুটবল ক্লাবে সদৌ অসম ভিত্তিত এখন ভেটাৰ্ন দিবা-নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে। অহা ২২ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ প্ৰাইজমানী পঞ্চাশ হাজাৰ টকা বুলি জানিব পৰা গৈছে। টীয়ক হাইস্কুল খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক দলসমূহে ৭০০২৮ ৯৩২৩২ মোবাইল নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব।
২২ জানুৱাৰীৰ পৰা টীয়কত ভেটাৰ্ন ফুটবল প্ৰতিযোগিতা
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...