৩ জানুৱাৰীৰ পৰা মঙলদৈত বেডমিণ্টন প্ৰতিযোগিতা

আগন্তুক ৩ জানুৱাৰীৰ পৰা মঙলদৈ ক্লাবৰ উদ্যোগত আৰু দৰং জিলা বেডমিণ্টন সন্থাৰ সহোগত মঙলদৈ গোপীনাত বৰদলৈ ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হব বেডমিণ্টন প্ৰতিযোগিতা। দৰং জিলা ভিত্তিত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখনত কেৱল জিলাখনৰ অন্তৰ্গত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েহে অংশগ্ৰহণ কৰিব পাৰিব।ইচ্ছুক অংশগ্ৰহণকাৰীসকলে ২ জানুৱাৰীৰ পূৰ্বেই অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব।প্ৰতিযোগিতাখনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ যুটীয়া শাখাত, পঞ্চমৰ পৰা সপ্তমলৈ একক শাখাত আৰু ছোৱালীৰ সমূহীয়া একক শাখাতঅনুষ্ঠিত হব।

Leave a Reply

Your email address will not be published. Required fields are marked *