আগন্তুক ৮ জানুৱাৰীৰ পৰা ১০জানুৱাৰীলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ১০ বছৰ অনূৰ্ধৰ আন্তঃজিলা ছাব জুনিয়ৰ খো খো প্ৰতিযোগিতা। গুৱাহাটী মহানগৰ জিলা খো খো সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অসম খো খো সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত প্ৰতিখন জিলাকে অংশগ্ৰহণ কৰিবলৈ সন্থাৰ সম্পাদক আফতাব হুছেইনে অনুৰোধ জনাইছে।
৮ জানুৱাৰীৰ পৰা আন্তঃজিলা ছাব জুনিয়ৰ খো খো প্ৰতিযোগিতা
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...