Monday, July 4, 2022
HomeNews৮ জানুৱাৰীৰ পৰা লিডুত ৫৬ জুনিয়ৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতা

৮ জানুৱাৰীৰ পৰা লিডুত ৫৬ জুনিয়ৰ আন্তঃজিলা ভলীবল প্ৰতিযোগিতা

আগন্তুক ৮ জানুৱাৰীত তিনিচুকীয়া জিলাৰ লিডুত ল’ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব ৫৬ সংখ্যক সদৌ অসম আন্তঃজিলা ভলীবল প্ৰতিযোগিতা ২০২০-২১। পাটকাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ৮ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ য়ুথ ক্লাব লিডু আৰু মাৰ্ঘেৰিটা কচিং চেণ্টাৰৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সংস্থা, অসম ভলীবল সংস্থাৰ সহযোগত অনুষ্ঠিত হ’ব।সেয়েহে অসম ভলীবল সন্থাৰ তৰফৰ পৰা সকলো জিলাকে ৬ জানুৱাৰীৰ পূৰ্বেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৬ জানুৱাৰীৰ পূৰ্বেই অনুৰোধ জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments