শোণিতপুৰ জিলাৰ ৰঙাপাৰাত ০৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সপ্তম সদৌ অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা। অসম শক্তি উত্তোলন সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাখন সম্পূৰ্ণ আনইকুইপড (ৰ) ষ্টাইলত পুৰুষ আৰু মহিলা উভয় শাখাতে বিভিন্ন ওজন কেটেগৰীত অনুষ্ঠিত হ’ব। চাই পাৱাৰ ফিটনেছ জিম ৰঙাপাৰা আৰু শোণিতপুৰ বডী বিল্ডাৰ্ছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগিসকলে চালামত দিৱান (৭৫৭৫৯৭৫৪২৪) আৰু সুশান্ত দাস (৬০০১৪৯০৬৯০) ৰ সৈতে যোগাযোগ কৰি সবিশেষ জানিব পাৰিব।
ৰঙাপাৰাত সপ্তম সদৌ অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতা
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...