Wednesday, July 6, 2022
HomeNewsৰ'নাল্ডোলৈ গ'ল্ডেন ফুট বঁটা

ৰ’নাল্ডোলৈ গ’ল্ডেন ফুট বঁটা

ৰ’নাল্ডোৱে লাভ কৰিলে গ’ল্ডেন ফুট বঁটা। যোৱা ১ ডিচেম্বৰত এই বঁটাৰ কথা ৰাজহুৱা হৈছিল যদিওকিছু পলমকৈ বঁটাটো লাভ কৰিলে ৰ’নাল্ডোৱে। ৱৰ্ল্ড চেম্পিয়নছ ক্লাব নামৰ সংস্থা এটাই ২৮ বৰ্ষছৰৰ ওপৰৰ ফুটবলাৰক এই বঁটা প্ৰদান কৰি আহিছে। ২০২০ বষত ১৮ সংখ্যক বঁটাটো তেওঁলোকে ভোটিং চিষ্টেমেৰে ৰ’নাল্ডোক বঁটাটোৰ বাবে নিৰ্বাচিত কৰিছে। মন কৰিহলগীয়া যে এই বঁটা লাভ কৰা ৰ’নাল্ডো প্ৰথমজন পৰ্তুগীজ ফুটবলাৰ।

নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ৰ’নাল্ডোৱে এই খৱৰ ৰাজহুৱা কৰি লিখিছে, গ’ল্ডেন ফুট জয় কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ। মোক ভোট দিয়াৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমৰ্থক সকলক ধন্যবাদ জনাইছোঁ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments