Thursday, July 7, 2022
HomeNewsৰাজস্থান আৰু হাইদৰাবাদৰ বৃহৎ ক্ষতি

ৰাজস্থান আৰু হাইদৰাবাদৰ বৃহৎ ক্ষতি

ৰাজস্থান ৰয়েলছ আৰু হাইদৰাবাদৰ বাবে বেয়া খবৰ। দল দুটাৰ দুগৰাকী বেগী বলাৰে খেলিব নোৱাৰিব আই পি এলৰ চলিত ছিজনৰ মেচ সমূহ।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰা অনুসৰি ইংলেণ্ডৰ বেগী বলাৰ তথা ৰাজস্থান ৰয়েলছৰ সদস্য জোফ্ৰা আৰ্চাৰে আই পি এলৰ চলিত ছিজনত প্ৰত্যাৱৰ্তন ঘটাব নোৱাৰিব। এই ঘোষণাৰ লগে লগে ৰাজস্থান ৰয়েলছ দলৰ সংকট বৃদ্ধি কৰিলে। আঘাটৰ সমসস্যাৰ বাবে আই পি এলৰ মেচ খেলাৰ পৰা বিৰত থকা জোফ্ৰাই বিগত সপ্তাহৰ পৰা অনুশীলন আৰম্ভ কৰিছে। বিগত ২৯ মাৰ্চত সোঁহাতৰ অস্ত্ৰোপটাৰ সম্পন্ন হোৱা জোফ্ৰাই আগন্তক সপ্তাহৰ পৰা আকৌ ছাছেক্সৰ হৈ অনুশীলন কৰিব। খেলুৱৈ গৰাকীৰ এই অনুশীলন প্ৰক্ৰিয়াত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে নজৰত ৰাখিব।

আনহাতে হাইদৰাবাদৰ বেগী বলাৰ টি নটৰাজনক হেৰুৱাব লাগিব দলটোৱে। আঁঠুৰ আঘাতৰ বাবে বলাৰগৰাকীক খেল পথাৰৰ পৰা বাহিৰত থাকিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। যাৰ বাবে বলাৰজনক হেৰুৱাব হাইদৰাবাদে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments