Tuesday, October 4, 2022
HomeNewsৰাজ্যিক ছাব-জুনিয়ৰ হকী দলৰ গুৱাহাটীত প্ৰশিক্ষণ তথা বাছনি

ৰাজ্যিক ছাব-জুনিয়ৰ হকী দলৰ গুৱাহাটীত প্ৰশিক্ষণ তথা বাছনি

ৰাজ্যিক ছাব-জুনিয়ৰ হকী দলৰ গুৱাহাটীত প্ৰশিক্ষণ তথা বাছনি

নগাঁৱৰ দীপশিখা বৰা হাজৰিকাৰ পৰা: গোৱাত অহা ৫-১৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া ১২ সংখ্যক হকী ইণ্ডিয়া ছাব-জুনিয়ৰ (পুৰুষ) ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গুৱাহাটীৰ ভেটাপাৰা হকী ষ্টেডিয়ামত অহা ২৫ এপ্ৰিলৰ পৰা আয়োজন কৰা হৈছে অসম দলটোৰ প্ৰশিক্ষণ তথা বাছনি শিবিৰ ।

আৰু অধিক পঢ়ক

অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে ইতিমধ্যে শিবিৰলৈ আমন্ত্ৰণ কৰা খেলুৱৈসকল হ’ল — টাচৰিফ আহমেদ, জাহিৰ আলম, ৰিকি গুপ্তা, ছাদিক আহমেদ, প্ৰিতম তামুলী, ৰাজীৱ দে’, কৌস্তভ কাশ্যপ হাজৰিকা, মানশ্ৰিজ বড়ো, মোজাহিদুল ইছলাম, নিক আলী, নিৰজ ৰাজভৰ, ধ্ৰুপ মজুমদাৰ, জ্যোৰ্তিময় ৰয়, কংকনজ্যোতি কলিতা, আনাৰুল ইছলাম, আৰিফুৰ ৰহমান, হেমন্ত বৰঠাকুৰ, ইস্তিয়াক ৰাজা, ৰাটিক পাটিৰ, তন্ময় কলিতা, বিজয়ৰাজ দাস, শুভজিৎ সৰকাৰ, শিৱা বৰদলৈ আৰু ময়ুৰ চাংমাই । লগতে উল্লেখিত খেলুৱৈসকলক অহা ২৫ এপ্ৰিলত পুৱা গুৱাহাটীত উপস্থিত হ’বলৈ অসম হকীৰ সম্পাদকে আহ্বান জনাইছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments