Tuesday, July 5, 2022
HomeNewsৰামদিয়াৰ ক্ষেত্ৰিহাৰদিয়া খেল পথাৰত 7-A চাইদ দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা

ৰামদিয়াৰ ক্ষেত্ৰিহাৰদিয়া খেল পথাৰত 7-A চাইদ দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা

ৰামদিয়াৰ ক্ষেত্ৰিহাৰদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আগন্তুক ১৯ ফেব্ৰুৱাৰীৰ পৰা এখনি দিবা-নৈশ 7-A চাইড প্ৰাইজমানী পাতল টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ঈগলচ ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ট্ৰফীসহ নগদ ৩০,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ট্ৰফীসহ নগদ ১৫,০০১ টকা। আনহাতে প্ৰতিযোগিতাখনত মেন অৱ দ্যা চিৰিজ আৰু মেন অৱ দ্যা মেচ বঁটাও প্ৰদান কৰা হ’ব। মেন অৱ দ্যা চিৰিজ বঁটা হিচাপে ট্ৰফীসহ নগদ ২০০১ টকা আৰা মেন অৱ দ্যা মেচ বঁটা হিচাপে ট্ৰফীসহ ১০০১টকা প্ৰদান কৰা হ’ব।

জানিবলৈ দিয়া মতে প্ৰতিটো অংশগ্ৰহণকাৰী দলে ১০০১ টকা ভৰ্ত্তি মাচুল দিব লাগিব। সবিশেষ জানিবলৈ ৯৮৬৪৫-০২৪০৩, ৮৬৩৮৩-২৯৯০৬ আৰু ৯১০১৯৮৬৭০৮ মোবাইল নাম্বাৰত যোগাযোগ কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments