Wednesday, July 6, 2022
HomeNewsৰাষ্ট্ৰীয় টাং চু ডো প্ৰতিযোগিতাত অসমৰ ৫ টা সোণৰ, ৯ টা ৰূপৰ...

ৰাষ্ট্ৰীয় টাং চু ডো প্ৰতিযোগিতাত অসমৰ ৫ টা সোণৰ, ৯ টা ৰূপৰ আৰু ১৬ টা ব্ৰঞ্জৰ পদক

অলিম্পিয়া প্ৰতিবেদন

যোৱা ১৩ মে’ৰ পৰা ১৫ মে’লৈকে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাং চু ডো প্ৰতিযোগিতাত অসম টাং চু ডু সন্থাৰ খেলুৱৈয়েসকলে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি বিশেষ সাফল্য অৰ্জন কৰিছে । অসমৰ দলটোৱে ৫ টা সোণৰ, ৯ টা ৰূপৰ আৰু ১৬ টা ব্ৰঞ্জসহ মুঠ ৩০ টা পদক দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিৱলৈ সক্ষম হৈছে । লগতে বহু দিন বিৰতিৰ পাছত অনুষ্ঠিত উক্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’বলৈ পায‌ই খেলুৱৈসকল যথেষ্ট উৎসাহিত হৈ পৰিছে । উক্ত প্ৰতিযোগিতাত অসমৰ মুখ্য প্ৰশিক্ষক দেৱজিৎ গগৈৰ লগতে সভাপতি মনোৰঞ্জন বৰগোহাঁয়ে অসমৰ খেলুৱৈসকলে ভাল ফলাফল দেখুৱাই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ বাবে সকলোকে অসম টাং চু ডু সন্থাৰ পৰা অভিনন্দন জনায় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments