Sunday, October 2, 2022
HomeNewsৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ নিৰ্বাচিত অসমৰ ৫ ক্ৰিকেটাৰ

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ নিৰ্বাচিত অসমৰ ৫ ক্ৰিকেটাৰ

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ নিৰ্বাচিত অসমৰ ৫ ক্ৰিকেটাৰ

অলিম্পিয়া প্ৰতিবেদন: বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী শিবিৰৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৯ বছৰ অনূৰ্দ্ধ ৫ গৰাকী ক্ৰিকেটাৰ । এই একাডেমীত তেওঁলোকে উন্নত পৰ্যায়ৰ প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব । একাডেমীলৈ আমন্ত্ৰিত অসমৰ ক্ৰিকেটাৰ কেইগৰাকী হ’ল — ঋষভ দীপক , অনুৰাগ ফুকন , ময়ুখ হাজৰিকা , ৰোচন তপ্ন আৰু পাৰভেজ মোচাৰফ । ইয়াৰ লগতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী শিবিৰত প্ৰশিক্ষক ৰূপে নিযুক্তি লাভ কৰিছে অসমৰ দুগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে । তেওঁলোক হ’ল শুভ্ৰজিত শইকীয়া আৰু এন এফ ৰেলৱেৰ চৈয়দ জাকাৰীয়া জুফ্ৰী ।

আৰু অধিক পঢ়ক

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments