ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ সাফল্য

অলিম্পিয়াৰ প্ৰতিবেদক ঃ সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় ক্ৰীড়াত স্বৰ্ণ জয় মৃত্যুঞ্জয়ৰ ঃ সৰ্বভাৰতীয় সাঁতোৰত উজলিছে তেজপুৰৰ মৃত্যুঞ্জয়। চলিত বৰ্ষৰ জুন মাহত    দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত অনুষ্ঠিত সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় ক্ৰীড়াৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ মৃত্যুঞ্জয় মহন্তই চাৰিটা পদক লাভ কৰে। মৃত্যুঞ্জয়ে ৫০ মিটাৰ ব্ৰেক ষ্ট্ৰোক আৰু ১০০ মিটাৰ ব্ৰেক ষ্ট্ৰোকত সোণ আৰু মেডলী ৰিলেত ৰূপৰ পদক আৰু ফ্ৰী ষ্টাইল ৰীলেত ব্ৰঞ্জৰ পদক দখল কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *