Monday, May 16, 2022
HomeNews১৬ বছৰীয়া কাশভীয়ে ভাঙিলে অনিল কুম্বলেৰ '১০ উইকেট' ৰ ৰেকৰ্ড

১৬ বছৰীয়া কাশভীয়ে ভাঙিলে অনিল কুম্বলেৰ ‘১০ উইকেট’ ৰ ৰেকৰ্ড

কাশভী গৌতম নামৰ মহিলা ক্ৰিকেটাৰ গৰাকী এদিনীয়াত ১০ টা উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাবে পৰিগণিত হৈছে। ১৬ বছৰীয়া সোঁহাতীয়া পেচাৰ গৰাকীয়ে এই সফলতা অৰ্জন কৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে। সম্প্ৰতি অনুষ্ঠিত হৈ আছে বি চি চি আইৰ অনুৰ্ধ ১৯ বৰ্ষৰ এদিনীয়া ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট। অনুৰ্ধ ১৯ বৰ্ষৰ চণ্ডীগড়ৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক কাশভী গৌতমে মেচখনত হেটট্ৰিকো অৰ্জন কৰে।

গৌতমৰ আগতে ভাৰতৰ পূৰ্বৰ টেষ্ট অধিনায়ক স্পীন কিম্বদন্তী অনিল কুম্বলেই টেষ্ট ক্রিকেটত এটা ইনিংছত দহটাকৈ উইকেট দখল কৰিছিল। কুম্বলেই ১৯৯৯ চনত পাকিস্তানৰ বিপক্ষে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত এই ৰেকৰ্ডৰ অধিকাৰী হৈছিল।

- Advertisment -
RELATED ARTICLES

1 COMMENT

  1. পাঁচজন মান ভাৰতীয় ক্ৰিকেটাৰ আছে যি কেইজনে প্ৰথম শ্ৰেণী ক্ৰিকেটত এটা ইনিংছত দহটা উইকেট দখল কৰিছে। মই পেমাংশু চেটাৰ্জী অনিল কুম্বলে আৰু দেৱাশীষ মহান্তিৰ নাম জানো। বিচাৰিলে পোৱা যাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments