Friday, September 30, 2022
HomeNews৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল

৭৪ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল ,কোৱাৰ্টাৰ ফাইনেল লীগত অসম ৰাইফলছৰ সম্পূৰ্ণ পইণ্ট অৰ্জন

অলিম্পিয়া প্ৰতিবেদন : নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত পূৰ্ণগতিত চলি থকা আছে ৭৪সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল । প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ এখন খেলত শনিবাৰে অসম ৰাইফলছে কেৰালা ইউনাইটেড এফ চিক ২-০ গ’লত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে । অসম ৰাইফলছৰ হৈ প্ৰথমটো গ’ল খেলৰ ৪৫ মিনিটত কে খংছিটে আৰু দ্বিতীয়টো গ’ল ৬১ মিনিটত ডেভিদ লালৰিন চানাই পেনাল্টিযোগে দিয়ে । খেলখন পৰিচালনা কৰাত ৰেফাৰী দেবাশীষ মজুমদাৰক সহায় কৰে চাহজাহান আলী চৌধুৰী, বাজু টিছ’ আৰু নিৰ্মল ভটাচাৰ্যই । এই প্ৰতিযোগিতাৰ দেওবাৰে কোৱাৰ্টাৰ ফাইনেল লীগৰ খেলত কেৰালাৰ লুকা চ’কাৰ ক্লাবে কাছাৰৰ লেনৰোল এফ চিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments