Thursday, July 7, 2022
HomeNewsবৰপেটা জিলা পেঞ্চাক চিলাট প্ৰতিযোগিতা সম্পন্ন

বৰপেটা জিলা পেঞ্চাক চিলাট প্ৰতিযোগিতা সম্পন্ন

অলিম্পিয়া প্ৰতিবেদন

বৰপেটা জিলা পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ উদ্যোগত প্ৰথম “বৰপেটা জিলা পেঞ্চাক চিলাট প্ৰতিযোগিতা-২০২২” দেওবাৰে অনুষ্ঠিত হয় । বৰপেটাৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সমৰকলা প্ৰতিযোগিতা । জিলা সভাপতি সঞ্জয় খেমকা আৰু সম্পাদক ড০ মেহবুবওৰ ৰহমানৰ নেতৃত্বত সফলভাৱে সমাপন হোৱা প্ৰতিযোগিতা খনিত মুঠ ৪ টা ক্লাবে অংশগ্রহণ কৰে ৷ প্ৰশিক্ষক আলাউদ্দিনৰ নেতৃত্বত বহৰি পেঞ্চাক ছিলাট ক্লাবৰ ৫ জন, প্ৰশিক্ষক জিতুমনি সুত্ৰধৰৰ নেতৃত্বত উত্তৰ আঠিয়াবাৰী পেঞ্চাক ছিলাট ক্লাবৰ ৫ জন, জিলা সম্পাদক ডাঃ মাহাবুবৰ নেতৃত্বত বৰপেটাৰোড পেঞ্চাক ছিলাট ক্লাবৰ ২৫ জন আৰু অসম পুলিচ দলৰ পেঞ্চাক ছিলাট খেলুৱৈ দিন ইছলামে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments