Tuesday, October 4, 2022
HomeNewsৰাজস্থান ৰয়েলছ দলৰ সৈতে অসমৰ চাৰিজনকৈ ক্ৰিকেটাৰ

ৰাজস্থান ৰয়েলছ দলৰ সৈতে অসমৰ চাৰিজনকৈ ক্ৰিকেটাৰ

অসমৰ চাৰিজনকৈ ক্ৰিকেটাৰ ৰাজস্থান ৰয়েলছ দলৰ সৈতে অনুশীলনত ভাগ লোৱাৰ বাবে নিৰ্বাচিত হৈছে। নাগপুৰত থকা ‘একাডেমী অৱ ৰাজস্থান ৰয়েলছ’ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰা এইকেইজন ক্ৰিকেটাৰ হৈছে মৃন্ময় দত্ত, ৰাজন সিং, কালাম ৰেজা আৰু জিতুমণি কলিতা। যোৱা ২ মাৰ্চত চাৰিজনীয়া দলটোয়ে ৰাজস্থানলৈ বুলি যাত্ৰা কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments