Tuesday, October 4, 2022
HomeNewsচতুৰ্থ ফিনছুইমিং নেচনেল চেম্পিয়নশ্বিপত অসমৰ চিমি আৰু মিৰাজৰ পদক লাভ

চতুৰ্থ ফিনছুইমিং নেচনেল চেম্পিয়নশ্বিপত অসমৰ চিমি আৰু মিৰাজৰ পদক লাভ

অলিম্পিয়া প্রতিবেদন

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ এবাৰ উজলিছে অসমৰ খেলুৱৈ। ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ সাঁতোৰবিদৰ সুনাম অর্জন। অসমৰ দুগৰাকীকৈ সাঁতোৰবিদে কঢ়িয়ালে পদক। হাৰিয়ানাৰ ফৰিদাবাদত দুদিনীয়াকৈ সম্পন্ন হ’ল চতুৰ্থ সংখ্যক ফিনছুইমিং নেচনেল চেম্পিয়নশ্বিপ। আণ্ডাৰৱাটাৰ এছ’চিয়েছন অৱ ইণ্ডিয়াৰ উদ্যোগত যোৱা ২৫ আৰু ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যায় প্ৰতিযোগিতাখন। উক্ত প্ৰতিযোগিতাত অসমৰ চাৰিগৰাকী সাঁতোৰবিদে অংশ লৈছিল। প্ৰতিযোগিতাখনত চিমি আহমেদে ৩ টাকৈ স্বৰ্ণ অর্জন কৰাৰ বিপৰীতে মিৰাজ হুছেইনে ২ টাকৈ ৰূপৰ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments