Tuesday, October 4, 2022
HomeNewsকৃতিত্ব: অসমৰ ৯ গৰাকীকৈ পৰ্বতাৰোহীৰ যোগিন ৩ পৰ্বতমালা আৰোহণ

কৃতিত্ব: অসমৰ ৯ গৰাকীকৈ পৰ্বতাৰোহীৰ যোগিন ৩ পৰ্বতমালা আৰোহণ

অলিম্পিয়া প্রতিবেদন

অসমৰ ক্রীড়াক্ষেত্ৰৰ বাবে সুখৰ খবৰ। অসমৰ ৯ গৰাকীকৈ পৰ্বতাৰোহীয়ে যোৱা ২৬ আগষ্টত যোগিন-৩ পৰ্বতমালা আৰোহণ কৰি ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কণ্যান বিভাগৰ সাহাৰ্য্যত এই পৰ্বতাৰোহণ কাৰ্যসূচী সমাপন হয়। ৯ জনীয়া দলটোক নেতৃত্ব দিয়ে মানস বৰুৱাই। মানস বৰুৱাৰ বাহিৰেও দলটোৰ আন ৮ গৰাকী সদস্য হৈছে ক্ৰমে উপেন চক্ৰৱৰ্তী, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, শ্বেখৰ বৰদলৈ, ধ্ৰুৱজ্যোতি হাজৰিকা, কৌশিক দাস, কৃষ্ণ বসুমতাৰী আৰু ৰুবি বৰা। উল্লেখযোগ্য যে, হিমালয়ৰ গাৰৱাল অংশত অৱস্থিত এই যোগিন ৩ পৰ্বতমালা। পৰ্বতমালাটোৰ উচ্চতা হৈছে ৬,১১৬ মিটাৰ (২০,০৬৬ ফুট)

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments