Tuesday, October 4, 2022
HomeNewsদেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে কৰ'না ভাইৰাছ আশীৰ্বাদ স্বৰূপ হৈ পৰিব:অভিনৱ বিন্দ্ৰা

দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে কৰ’না ভাইৰাছ আশীৰ্বাদ স্বৰূপ হৈ পৰিব:অভিনৱ বিন্দ্ৰা

olympiasports.in

ভাৰতৰ ক্ৰীড়া জগতৰ বাবে ক’ভিড-১৯ আশীৰ্বাদ স্বৰূপ হৈ পৰিব। এই মন্তব্য আগবঢ়াইছে ভাৰতক প্ৰতিনিধিত্ব কৰি অৰিম্পিকত স্বৰ্ণ অৰ্জন কৰা শ্বুটাৰ অভিনৱ বিন্দ্ৰাই।

অভিনৱ বিন্দ্ৰাই কয় যে ‘কোভিড-১৯ ৰ পৰৱৰ্তী সময়ছোৱা ভাৰতীয় ক্ৰীড়া জগতৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। ক’ভিড-১৯ ৰ পিছৰ সময়ছোৱাত বিদেশী প্ৰচাৰ নাথাকিব আৰু ইয়াৰ ফলত ভাৰতে উন্নত মানদণ্ডৰ নিজা ক্ৰীড়া আন্তঃগাঁথনি তৈয়াৰ কৰিব পাৰিব।’

ইয়াৰ উপৰিও বিন্দ্ৰাই কয় যে ‘আমি আমাৰ নিজৰ ক্ৰীড়া প্ৰশিক্ষক আৰু ক্ৰীড়া সহায়কাৰী প্ৰস্তুত কৰা উচিত।’

সমগ্ৰ বিশ্বৰ লগতে দেশৰ এই জটিল পৰিস্থিতিৰ সময়ছোৱাত চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে অলিম্পিক পদক বিজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments