Tuesday, October 4, 2022
HomeNewsআইটা টেনিছত অসমৰ মনন নাথৰ খিতাপ অৰ্জন

আইটা টেনিছত অসমৰ মনন নাথৰ খিতাপ অৰ্জন

কলকাতাত ৩-৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাত অসমৰ মনন নাথে খিতাপ অৰ্জন কৰে। অনুৰ্ধ ১৬ বছৰৰ শাখাত প্ৰতিদ্বন্দিতা আগবঢ়োৱা মননে ফাইনেলত কৰ্ণাটকৰ মহালিঙ্গম কুণ্ডেলৱালৰ বিৰুদ্ধে ৱাক অ’ভাৰ লাভ কৰি চেম্পিয়ন হয়। তদুপৰি অনুৰ্ধ ১৪ বছৰৰ ডাবলছটো মননে কুশল ৰেজিলাৰ সৈতে যুটি বান্ধি খিতাপ হস্তগত কৰে।


উল্লেখযোগ্য যে মননে ইয়াৰ আগেয়ে জানুৱাৰীত হাৰিয়ানাত অনুষ্ঠিত আইটা চুপাৰ ছিৰিজ টুৰ্ণামেন্টটো খিতাপ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments