Friday, September 30, 2022
HomeNewsসদৌ অসম বেবী ফুটবল সন্থাৰ অনলাইন প্ৰতিযোগিতা

সদৌ অসম বেবী ফুটবল সন্থাৰ অনলাইন প্ৰতিযোগিতা


কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে সদৌ অসম বেবী ফূটবল সন্থাৰ দ্বাৰা অনুষ্ঠিত কৰিবলগীয়া বেবী লীগ প্ৰতিযোগিতা খন অঘোষিতভাৱে স্থগিত ৰাখিবলগীয়া হৈছিল‌। কৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়ছোৱাত সকলো নিজ নিজ ঘৰতে সোমাই থাকিবলগীয়া হৈছে। গতিকে সদৌ অসম বেবী ফুটবল সন্থাৰ তৰফৰ পৰা জনাইছে যে, সন্থাই এক অনলাইন প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছে। এই অনলাইন প্ৰতিযোগিতাখনত সকলোৰে সহযোগিতা সদৌ অসম বেবী ফুটবল সন্থাই আশা কৰিছে।

উল্লেখ্য যে প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ নীতি-নিয়ম বা আন বিষয় সমূহৰ সবিশেষ – ৮৪০৩৮২৪৯৭০,৯৪৩৫০৬৩১০৩ নাম্বাৰত যোগাযোগ কৰি জানিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments