Monday, October 3, 2022
HomeNewsসদৌ অসম আন্তঃজিলা জুনিয়ৰ হকী প্ৰতিযোগিতাৰ প্ৰস্তুতি

সদৌ অসম আন্তঃজিলা জুনিয়ৰ হকী প্ৰতিযোগিতাৰ প্ৰস্তুতি

https://olympiasports.in/

২০ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ’ব সদৌ অসম জুনিয়ৰ আন্তঃজিলা হকী প্ৰতিযোগিতা। অসম হকী সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন অনুজ দাসৰ সোৱৰণত চামগুৰিৰ কাৱৈমাৰীত অনুষ্ঠিত হ’ব। জুনিয়ৰ পৰ্যায়ত ল’ৰাৰ শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অসম হকী সন্থাৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত জিলা সমূহে অংশগ্ৰহণ কৰিব পাৰিব। ইচ্ছুক জিলা সমূহে ১৭ মাৰ্চৰ ভিতৰত তেওঁলোকৰ যোগদান নিশ্চিত কৰিব লাগিব‌।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments