ৰাষ্ট্ৰীয় বক্সিঙত ব্ৰঞ্জতে সন্তুষ্ট অসমৰ দুই তাৰকা বক্সাৰ যমুনা, অংকুশিতা

অলিম্পিয়া প্রতিবেদন

হাৰিয়ানাৰ হিছাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা বক্সিং চেম্পিয়নশ্বিপত অসমৰ দুই তাৰকা বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়ো ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছে। যমুনা বড়োই প্ৰতিযোগিতাৰ ৫৫ কেজি শাখাত অংশ লৈছিল। বিপৰীতে অংকুশিতা বড়োই অংশ লৈছিল ৬৬ কেজি শাখাত। প্রতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতেই এতিয়া দুয়োগৰাকী বক্সাৰৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দুৱাৰ বন্ধ হৈ পৰিল।

Leave a Reply

Your email address will not be published. Required fields are marked *