Sunday, October 2, 2022
HomeNewsছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অপূৰ্বৰ ২ টা পদক

ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অপূৰ্বৰ ২ টা পদক

  • ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অপূৰ্ব চেতিয়াই ২ টা পদক লাভ কৰিছে।
  • কলকাতাত চলি থকা প্ৰতিযোগিতাখনত অপূৰ্বই লাভ কৰিছে ২ টা ৰূপৰ পদক।
  • অপূৰ্বই ৬৭ কেজি শাখাত এই পদক দুটা দখল কৰিবলৈ সক্ষম হৈছে।
  • চেতিয়াই স্নেটচত ১২৫ কেজি আাৰু ক্লিন এণ্ড জাৰ্কত ১৪৭ কেজি দাঙিবলৈ সক্ষম হৈছে।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments