Friday, August 12, 2022
HomeNews২৫ বছৰ অনুৰ্ধ্ব ক্ৰিকেটত অৰুণাচলক ১০ উইকেটত পৰাস্ত; গ্ৰুপৰ শীৰ্ষৰে পৰৱৰ্তী ৰাউণ্ডলৈ...

২৫ বছৰ অনুৰ্ধ্ব ক্ৰিকেটত অৰুণাচলক ১০ উইকেটত পৰাস্ত; গ্ৰুপৰ শীৰ্ষৰে পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত অসম

অলিম্পিয়া প্ৰতিবেদন

অসমে ২৫ বছৰ অনুৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্টৰ পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। প্লেট গ্ৰুপত অপৰাজেয় হৈ অসমে শীৰ্ষস্থান অধিকাৰ কৰে । শুকুৰবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অসমে ১০ উইকেটত পৰাস্ত কৰে অৰুণাচল প্ৰদেশক। প্ৰতিৱেশী ৰাজ্য খনে প্ৰথমে বেট ধৰি ১৭ অভাৰত ৫৩ ৰাণতে ইনিংছ সামৰে । অসমৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত অৰুণাচলৰ কোনো এজন বেটছমেনে দৃঢ়তা দেখুৱাব নোৱাৰিলে। অসমৰ হৈ মুখ্তাৰ হুছেইন আৰু ৰিয়ান পৰাগে ৪ টা কৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত অসমে ডেনিছ দাসৰ অপৰাজিত ৩৯ ৰানৰ সুবাদত ৯.৫ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৫৮ ৰান কৰি বিজয়ী হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments