Friday, September 30, 2022
HomeNewsমুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতালৈ মাজত কেইটামান দিন

মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতালৈ মাজত কেইটামান দিন

ৰাজ্যখনৰ মহিলাসকলৰ মাজত ক্ৰীড়াৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতা ২০১৯-২০ আয়োজন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ফেব্ৰুৱাৰী মাহৰ ১৬ আৰু ১৭ তাৰিখে গুৱাহাটীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কেৱল এথলেটিক ইভেণ্টেৰে অনুষ্ঠিতহবলগীয়া প্ৰতিযোগিতাখনৰ বাবে ব্লক পৰ্যায়ত বাঠনি শিবিৰ অনুষ্ঠিত কৰা হব। প্ৰতিটো ব্লকত জিলা ক্ৰীড়া বিষয়াসকলৰ তত্ত্বাবধানত এি বাছনি শিবিৰ অনুষ্ঠিত কৰা হব। প্ৰতিটো ব্লকে ১২ ফেব্ৰুৱাৰীৰ ভিতৰত এই টুৰ্ণামেণ্ট সমূহৰ সামৰণি পেলাব লাগিব। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ মহিলা ক্ৰীড়া প্ৰতিযোগিতাখনৰ বাবে বয়সৰ কোনো নিৰ্ধাৰিত সীমা নাই। প্ৰতিযোগিতাখনত ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ, ১৬০০ মিটাৰ দৌৰৰ ৰীলে , লং জাম্প, হাই জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভলিন থ্ৰ’ আদি ইভেণ্ট অনুষ্ঠিত কৰা হব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments