Thursday, July 7, 2022
HomeNewsঅসম ক্ৰিকেট সন্থাৰ এডভান্সড বেটিং কেম্প

অসম ক্ৰিকেট সন্থাৰ এডভান্সড বেটিং কেম্প

অলিম্পিয়া প্ৰতিবেদন

সৰুসজাই ক্ৰিকেট ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে এডভান্সড বেটিং কেম্পৰ। অসম ক্ৰিকেট সন্থাই খেলুৱৈসকলৰ মাজত আয়োজন কৰা এই কেম্প ১৫ দিন ধৰি চলিব। অনুর্ধ ১৬ আৰু ১৯ বৰ্ষৰ খেলুৱৈৰ বাবে এই কেম্পৰ আয়োজন কৰা হৈছে।

মুখ্য প্ৰশিক্ষক শুভ্ৰজিত শইকীয়া আৰু সহকাৰী প্ৰশিক্ষক বাবু ৰাম মগৰ আৰু প্ৰদীপ দত্তৰ তত্বাৱধানত খেলুৱৈসকলক বেটিঙেৰ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কেম্পৰ বাবে ১৬ গৰাকীকৈ খেলুৱৈক নিৰ্বাচিত কৰা হৈছে।

বেটিঙৰ বিশেষ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈসকল হৈছে-

মঞ্জিত ডেকা, অৰ্ণৱ বৰা, দেৱানুজ গোস্বামী, আৰয়ান কাশ্যপ, ৰণিত আখটাৰ, মিত ৰাজকুমাৰ, নিবিড় ডেকা, শিৱম মিট্টল, বিশাল ৰয়, ৰেশব দীপক, সঞ্জয় সিং, ৰ’হিনন্দন পেগু, ঋতুৰাজ বিশ্বাস, ৰাজবীৰ সিং, ইৰফান আনছাৰী,ৰাহুল চেত্ৰী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments