Monday, October 3, 2022
HomeNewsঅসম ইলেক্ট্ৰনিক মিডিয়া স্প'ৰ্টছ জাৰ্নেলিষ্ট এছ'চিয়েচনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

অসম ইলেক্ট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচনৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান

অসম অলিম্পিক সন্থাৰ সভাগৃহত অসম ইলেকট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচন আৰু সাহসীৰ উদ্যোগত দেওবাৰে বিয়লি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত অসম ইলেকট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচনৰ চাৰিগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়‌। সম্বৰ্ধিত চাৰিগৰাকী ক্ৰীড়া সাংবাদিকে সদ্য সমাপ্ত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচিনত অংশগ্ৰহণ কৰি জয় লাভ কৰিবলৈ সক্ষম হৈছিল।সভাত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, জয়ন্ত দাস আদিৰ লগতে কেইবাজনো বিশিষ্ট সাংবাদিক উপস্থিত আছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments