Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ সাফল্য

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ সাফল্য

মাষ্টাৰ্ছ গেমছ এচ’চিয়েশ্বন (গুজৰাট)ৰ উদ্যোগত গুজৰাটৰ বদোদৰাত ৫ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আয়োজিত তৃতীয় নেশ্বনেল মাষ্টাৰ্ছ গেমছ, ২০২০ প্রতিযোগিতাত অসম দলটোৱে সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত অসম দলটোৱে ১৯ টা স্বৰ্ণ, ২৯ টা ৰূপ আৰু ৩৭ টা ব্ৰঞ্জসহ মুঠ ৮৫ টা পদক লাভ কৰিবলৈ সক্ষম হয়।

অসমৰ হৈ পখিলা ইংতিপি, বীণা বৰকাকতি, মীনা টেৰংপি, যদু গগৈ, চিকা ইংতিপি, হেম হাজৰিকা প্ৰমুখ্যে মাষ্টাৰ্ছ এথলিতসকল উজলি উঠে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments