Monday, October 3, 2022
HomeNewsআজি অসম অলিম্পিক সন্থাই বিতৰণ কৰিব হেণ্ড চেনিটাইজাৰ

আজি অসম অলিম্পিক সন্থাই বিতৰণ কৰিব হেণ্ড চেনিটাইজাৰ

olympiasports.in

অসম অলিম্পিক সন্থাই আজি বিতৰণ কৰিব হেণ্ড চেনিটাইজাৰ। সন্থাই মহামাৰী ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ অংশ হিচাপে আজি মহানগৰীৰ চাফাই কৰ্মীসকলৰ মাজত হেণ্ড চেনিটাইজাৰ বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাফাই কৰ্মীসকলে ক’ৰনা ভাইৰাছ প্ৰতিৰোধ সংগ্ৰামখনত যোদ্ধাৰ দৰে কাম কৰিছে‌ বুলি অসম অলিম্পিক সন্থাই গণ্য কৰিছে। সেয়ে এই চাফাই কৰ্মীসকলক আজি সন্থাই মহানগৰীৰ উজানবজাৰ, ফটাশিল আদি অঞ্চলত হেণ্ড চেনিটাইজাৰ যোগান ধৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments