Tuesday, October 4, 2022
HomeNewsঅসম পেৰা ছুইমিং দলৰ বাছনি ২৭ ফেব্ৰুৱাৰীত

অসম পেৰা ছুইমিং দলৰ বাছনি ২৭ ফেব্ৰুৱাৰীত

অলিম্পিয়া প্ৰতিবেদন

ৰাজস্থানৰ উদয়পুৰত অহা ২৩-২৬ মাৰ্চত অনুষ্ঠিত হ’ব ২১ সংখ্যক ৰাষ্ট্ৰীয় পেৰা ছুইমিং ( সাঁতোৰ ) চেম্পিয়নশ্বিপ । ইয়াৰ বাবে অসম পেৰা ছুইমিং দল বাছনি কৰিবলৈ গুৱাহাটীৰ মাৰ্লিন একুৱাটিকছত অহা ২৭ ফেব্ৰুৱাৰীত এক বাছনি প্ৰক্ৰিয়া আয়োজন কৰিছে অসম পেৰা অলিম্পিক সন্থাই । ৰাজ্যখনৰ বিভিন্ন জিলাৰ ইচ্ছুক পেৰা ছুইমাৰক উক্ত বাচনিত অংশগ্ৰহণ কৰাৰ বাবে অসম পেৰা অলিম্পিক সন্থাৰ সৈতে ৭৮৩৮৩-৩০৮৮০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে সন্থাৰ ৰাজ্যিক সম্পাদক ৰাজীৱ দেই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments