Tuesday, October 4, 2022
HomeNewsআসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ড ১৩ মাৰ্চৰ পৰা

আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ড ১৩ মাৰ্চৰ পৰা

অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা ‘আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ’ৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ ১৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব। মুঠ ৬ টা জ’নত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ খেল সমূহ প্ৰতিটো জ’নতে দুটা ভিন্ন স্থানত অনুষ্ঠিত হ’ব। এই কথা অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে।

অসম ক্ৰিকেট সন্থাৰ এই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ থকা অনুসৰি প্ৰতিটো জ’নৰ খেলসমূহ অনুষ্ঠিত হ’ব তলত দিয়া স্থান সমূহত।

  • Southern Assam Zone : শিলচৰ আৰু কৰিমগঞ্জ এই দুই স্থানত খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে এই জ’নৰ চূড়ান্ত খেলখন শিলচৰত অনুষ্ঠিত হ’ব।
  • Lower Assam Zone : বৰপেটা আৰু বঙাইগাঁৱত খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে এই জ’নৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব বৰপেটাত।
  • Northern Assam Zone : এই জ’নৰ মেচসমূহ। মঙ্গলদৈ গ্ৰোপ A আৰু মঙ্গলদৈ গ্ৰোপ B ত অনুষ্ঠিত হ’ব।
  • Upper Assam Zone : এই জ’নৰ খেলসমূহ যোৰহাট গ্ৰোপ A আৰু যোৰহাট গ্ৰোপ B ত অনুষ্ঠিত হ’ব।
  • Central Assam Zone : এই জ’নৰ খেলসমূহ অনুষ্ঠিত হ’ব নগাঁও গ্ৰোপ A আৰু নগাঁও গ্ৰোপ B ত।
  • Head Quarter Zone : এই জ’নৰ খেলসমূহ গুৱাহাটীত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments