Wednesday, October 5, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত টেঙাপাৰা ক্ৰিকেট ক্লাবৰ জয়লাভ

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত টেঙাপাৰা ক্ৰিকেট ক্লাবৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

আমিনগাঁও ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ শনিবাৰৰ একমাত্ৰ মেচত কোকৰাঝাৰৰ টেঙাপাৰা ক্ৰিকেট ক্লাবে তেজপুৰৰ বি ডি এম টি চি চি চি দলক মাত্ৰ ৪ ৰাণত পৰাস্ত কৰে । টেঙাপাৰা ক্ৰিকেট দলে ৰাজা মল্লিকৰ ৪৪ আৰু ম‌ইনাৰ ৩৯ ৰাণৰ সহায়ত ৯ উইকেটত কৰে ১৩১ ৰাণ‌ । প্ৰতিপক্ষৰ ৰবি চেত্ৰীয়ে ৪ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত তেজপুৰৰ দলটোৱে নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ১২৭ ৰাণতে থমকি ৰয় । । দলৰ দীপ্টেশ সাহাই ৫৬ আৰু অনুৰাগ তালুকদাৰে ৩২ ৰাণৰ অৱদান আগবঢ়ায় । বলিঙত টেঙাপাৰাৰ সম্ৰাট বিশ্বাসে ৫ টা উইকেট দখল কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments