Monday, October 3, 2022
HomeNewsঅসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত মধ্য মণ্ডলৰ চেম্পিয়ন তিতাবৰ

অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত মধ্য মণ্ডলৰ চেম্পিয়ন তিতাবৰ

অলিম্পিয়া প্ৰতিবেদন

তিতাবৰ ক্ৰিকেট ক’চিং চেন্টাৰে চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ মধ্য অসম মণ্ডলত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে । মৰিগাঁৱত শুক্ৰবাৰে অনুষ্ঠিত ফাইনেলত দলটোৱে ১০ ৰাণত পৰাস্ত কৰে বোকাখাত টাউন ক্ৰিকেট ক্লাবক । প্ৰথমে বেট ধৰি তিতাবৰে ২৯.৩ অভাৰত কৰে ১৮৫ ৰাণ । দলৰ গণেশ শৰ্মাই ৫০ আৰু প্ৰবীন বৰাই ৩৩ ৰাণৰ বৰঙণি যোগায় । প্ৰতিপক্ষৰ অমৃত শইকীয়াই ৩ টা উইকেট দখল কৰে । ইয়াৰ বিপৰীতে বোকাখাতে দিপাংকৰ গগৈৰ ৯৩ আৰু ৰাজীৱ ঠাকুৰৰ ৬১ ৰাণ সত্ত্বেও ৩০ অভাৰত ৪ উইকেটত কৰে ১৭৫ ৰাণ । বিজয়ী দলৰ অনন্ত বৰাই ২ টা উইকেট লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments