Wednesday, October 5, 2022
HomeNewsচতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত তেজপুৰ,তিতাবৰৰ জয়লাভ

চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত তেজপুৰ,তিতাবৰৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

আমিনগাঁও ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ ফাইনেল ৰাউণ্ডৰ সোমবাৰৰ মেচত তেজপুৰৰ বি ডি এম টি চি চি চি দলে শিলচৰৰ ইণ্ডিয়া ক্লাবৰ বিৰুদ্ধে ১৮ ৰাণত জয়লাভ কৰে । তেজপুৰৰ দলটোৱে ৰোছন বাছফৰৰ ৪১ ৰাণৰ সহায়ত ৯ উইকেটত কৰে ১২৪ ৰাণ । বিপক্ষৰ শমিক দাসে ৩ টা উইকেট লাভ কৰে । প্ৰত্যুত্তৰত ছানঝাও ব্ৰহ্মৰ ২৪ ৰাণ সত্ত্বেও ১৯.৫ অভাৰত ১০৪ ৰাণতে ইনিংছ সামৰে । বিজয়ী দলৰ ৰবি চেত্ৰী আৰু দীপ্তেশ চ
সাহা দুয়োয়ে ৩ টাকৈ উইকেট দখল কৰে । দ্বিতীয় মেচত তিতাবৰ ক্ৰিকেট ক’চিং চেন্টাৰে টেঙাপাৰা ক্ৰিকেট ক্লাবক ১৪ ৰাণত হৰুৱায় । তিতাবৰে গণেশ শৰ্মাৰ ৬২ ৰাণৰ সহায়ত ৫ উইকেটত কৰে ১৬২ ৰাণ । প্ৰত্যুত্তৰত টেঙাপাৰাই সয়ন বেনাৰ্জীৰ ৩২ ৰাণ সত্ত্বেও ৯ উইকেটত ১৪২ ৰাণহে কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments