Wednesday, October 5, 2022
HomeNewsঅসম ছেপাকটাক্ৰ' সন্থাৰ সভাপতি পদৰ বাবে নিৰ্বাচিত ভবেশ কলিতা

অসম ছেপাকটাক্ৰ’ সন্থাৰ সভাপতি পদৰ বাবে নিৰ্বাচিত ভবেশ কলিতা

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভবেশ কলিতা অসম ছেপাটাক্ৰ সন্থাৰ নতুন সভাপতিৰূপে নিৰ্বাচিত হৈছে । যোৱা ৩ এপ্ৰিল, দেওবাৰে অসম ছেপাটাক্ৰ’ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত পৰৱৰ্তী ৪ বছৰীয়া কাৰ্যকালৰ বাবে এখন নতুন কমিটী গঠন কৰা হয় । ডা: ধ্ৰুৱ হোজাই কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হয় । ৰাজ্যিক সম্পাদকৰূপে পুনৰ দায়িত্ব লাভ কৰে ডঃ বিষ্ণুৰাম নুনিচাই । প্ৰাক্তন সভাপতি শৰৎ বৰকটকীৰ অনুপস্থিতিত সভাখন পৰিচালনা কৰে জ্যেষ্ঠ উপসভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই । নতুন কমিটীৰ উপসভাপতিসকল হ’ল- ৰাজীৱ প্ৰকাশ বৰুৱা ,ৰমেশ থাওছেন , কল্যাণ গগৈ , অনুপ ফুকন , ৰাজেশ কেম্প্ৰাই , আৰ কে ছানাহাল সিংহা , দেৱজিত দাস, প্ৰদীপ নুনিচা আৰু অমল ডেকা । কোষাধ্যক্ষৰ বাবে নিৰ্বাচিত হয় বাবাটন সিনহা , যুটীয়া সম্পাদকৰূপে প্ৰদীপ দাস , কিৰণ গগৈ, পৰিমল সিনহা আৰু ৰাহ ক্ৰ’কে ধৰি নতুন কমিটীত চাৰিজন সহ সম্পাদক আৰু ৭ গৰাকী সদস্য ৰখা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments