Monday, October 3, 2022
HomeNewsসৰ্বভাৰতীয় অসামৰিক ক্ৰীড়ালৈ অসম দল

সৰ্বভাৰতীয় অসামৰিক ক্ৰীড়ালৈ অসম দল

অলিম্পিয়া প্ৰতিবেদন

অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ নেতৃত্বত অহা ১১ মাৰ্চৰ পৰা দিল্লীত সৰ্বভাৰতীয় অসামৰিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ সৌজন্যত আয়োজিত সৰ্বভাৰতীয় কেৰম আৰু ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অসম সচিবালয়ৰ তৰফৰ পৰা অসম দলটো ঘোষণা কৰা হৈছে । অসম সচিবালয়ৰ সাধাৰণ প্ৰশাসন বিভাগে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে । নতুন দিল্লীৰ গৃহ কল্যাণ কেন্দ্ৰ, ৰাজা বজাৰত অহা ১১ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় অসামৰিক কেৰম প্ৰতিযোগিতাৰ একক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পল্লবী বৈশ্য , মিনু দাস , পংকজ বৰ্মন, বিকাশ গুপ্তা ‘ ৰাহুল নায়ক , ৰাজু সিং , সীমান্ত দাস , সুনন্দা তামুলী আদি । ক্ৰিকেট দলটোত থাকিব মৌচুম ৰাজকোঁৱৰ , নিলীম জ্যোতি গগৈ , সুমন দেব , মনিষ দাস, সিদ্ধাৰ্থ মেধি , সুমন দাস, পাৰ্থ প্ৰতীম শইকীয়া, ৰূপজ্যোতি সোণোৱাল, পাৰ্থিব কাশ্যপ শৰ্মা ইত্যাদি । প্ৰশিক্ষক হিচাপে যাব কৃশানু হাজৰিকা আৰু মেনেজাৰ হিচাপে যাব বুবুল বৰা আৰু কীৰ্তি কমল তালুকদাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments